About Us

On A Mission To Help At Least 10 Thousand People Learn, Implement & Earn Digitally
ভাৰতৰ আগশাৰীৰ ডিজিটেল মাৰ্কেটিং কোচৰ পৰা হিন্দীত ডিজিটেল মাৰ্কেটিং শিকিব

Digital Marketing Assamese School is not just a training plateform it's a movement.

Meet The Mentor

মই চুমকী বৰুৱা, A Student of Digital Azadi School. I have completed Digital Marketing Course under the Mentorship of Sandeep Bhansali Sir.
Digital Marketing প্ৰয়োগ কৰি,নিজৰ অভিজ্ঞতাখিনি লৈ আপুনিও Highly Skilled Professionals হৈ উচ্চ আয়ৰ চাকৰিও লব পাৰিব, কোনো Extra Degree নোলোৱাকৈয়ে আয়ৰ বিভিন্ন Source বিছাৰি লব পাৰিব।

Benefits of Becoming a Digital Marketing Expert
#High Paying Job #Self Business Growth,# Skilled Professional #Growth Potential #Create MSI #Safe Career
এই Digital ৰ যুগত সকলো Businessman এ নিজৰ Business Online লৈ নি Digital Marketing নিজেই কৰি লৈ নিজৰ Business দহ গুনে বৃদ্ধি কৰি লব পাৰিব।তাৰোপৰি
১৫-১৬ বছৰ ইমান কষ্ট কৰি Career বনোৱাৰ পাছতো যদিএটা ভাল চাকৰি নাপায়, তেতিয়া Digital Marketing ৰ ক্ষেত্ৰখনত আপোনাৰ স্থিতি সবলভাবে প্ৰতিস্থিত কৰিবলৈ মোৰ Webinar ত join কৰিব পাৰিব

Digital Marketingৰ কৌশল আৰু ৰণনীতি শিকি ললে মাহে ২০,০০০ৰ পৰা ১০০,০০০ + লৈকে উপাৰ্জন কৰিব পাৰিব আৰু যদিহে আপুনি Digital Marketingৰ ক্ষেত্ৰখনত Multiple Sources of Income( আয়ৰ বিভিন্ন Source) বিছাৰি আছে, তেতিয়া এইয়াই প্ৰকৃত ঠাই।

2026 ৰ বাবে Digital Marketingৰ ক্ষেত্ৰখন হল Best Career.
প্ৰতি বছৰে Digital Marketingৰ ক্ষেত্ৰখনত ২০লাখতকৈও অধিক চাকৰি ওলাই থাকে।

With Regards,

Founder of Digital Marketing Assamese School,

Chumki Boruah,Digital Coach, 918822676903

digitalchumki@gmail.com

www.dmassamese.online

www.digitalchumki.in

www.dmassameseschool.com

Digital Coach

Improve Knowledge with our Courses

Courses Offered

Digital Nursery
Digital Primary
Digital Secondary
Digital Mastery