Necessary 3 Steps To Create Online Sources of Income
Create Presence
Create Presence in Social Media and Digital Platform.আপোনাৰ নিজকে উপলব্ধ আৰু আৱিষ্কাৰযোগ্য কৰি তোলক (make Your Self Available and Discoverable)
Grow Traffic
Attract The People to Come on Social Media and Digital Platform.ট্ৰেফিক সৃষ্টি কৰক
আপোনাৰ ৱেবছাইট আৰু ছ'চিয়েল মিডিয়া হেণ্ডেলত মানুহক আহিবলৈ বাধ্য কৰক
Grow Conversion
Give Offer and Strategies to Grow There in Life Changing ৰূপান্তৰ সৃষ্টি কৰক
বিক্ৰী সৰ্বাধিক কৰিবলৈ অফাৰ, ষ্টেক, FOMO আৰু অভাৱ সৃষ্টি কৰক
For Whom Digital Marketing
Digital Marketing কাৰ বাবে?
১ আপুনি যদি Multiple Sources of Income
বিছাৰি আছে, তেতিয়া আপোনাৰ বাবে
২. আপুনি যদি Job or Business কৰি আছে, তাৰ লগতে আয়ৰ দ্বিতীয়টো Source বিছাৰে
৩. আপুনি যদি নিজকে Upskill/Digital কৰি ৰাখি,Grow হব বিছাৰিছে,
৪. ঘৰৰ পৰাই Digitally Income কৰিব বিছাৰিছে
৫.নিজৰ Websiteএটা নিজে বনাব বিছাৰিছে
৬.নিজৰ Businessটো Online লৈ নিব বিছাৰিছে
আৰু Business টো ১০ৰ পৰা ২০গুনলৈকে বৃদ্ধি কৰিব বিছাৰিছে
৭. Digital World ত নিজকে শক্তিশাৰী ৰূপত প্ৰতিষ্ঠিত কৰিব বিছাৰিছে
Digital Marketing Assamese School
is not just a training platform
it's a movement.
ডিজিটেল মাৰ্কেটিং অসমীয়া বিদ্যালয়
কেৱল প্ৰশিক্ষণৰ মঞ্চ নহয়
ই এটা আন্দোলন।
মই চুমকী বৰুৱা, A Student of Digital Azadi School. I have completed Digital Marketing Course under the Mentorship of Sandeep Bhansali Sir. Digital Marketing প্ৰয়োগ কৰি,নিজৰ অভিজ্ঞতাখিনি লৈ আপুনিও Highly Skilled Professionals হৈ উচ্চ আয়ৰ চাকৰিও লব পাৰিব, কোনো Extra Degree নোলোৱাকৈয়ে আয়ৰ বিভিন্ন Source বিছাৰি লব পাৰিব।
Benefits of Becoming a Digital Marketing Expert #High Paying Job #Self Business Growth,# Skilled Professional #Growth Potential #Create MSI #Safe Career এই Digital ৰ যুগত সকলো Businessman এ নিজৰ Business Online লৈ নি Digital Marketing নিজেই কৰি লৈ নিজৰ Business দহ গুনে বৃদ্ধি কৰি লব পাৰিব।তাৰোপৰি ১৫-১৬ বছৰ ইমান কষ্ট কৰি Career বনোৱাৰ পাছতো যদিএটা ভাল চাকৰি নাপায়, তেতিয়া Digital Marketing ৰ ক্ষেত্ৰখনত আপোনাৰ স্থিতি সবলভাবে প্ৰতিস্থিত কৰিবলৈ মোৰ Webinar ত join কৰিব পাৰিব
Digital Marketingৰ কৌশল আৰু ৰণনীতি শিকি ললে মাহে ২০,০০০ৰ পৰা ১০০,০০০ + লৈকে উপাৰ্জন কৰিব পাৰিব আৰু যদিহে আপুনি Digital Marketingৰ ক্ষেত্ৰখনত Multiple Sources of Income( আয়ৰ বিভিন্ন Source) বিছাৰি আছে, তেতিয়া এইয়াই প্ৰকৃত ঠাই।
2026 ৰ বাবে Digital Marketingৰ ক্ষেত্ৰখন হল Best Career. প্ৰতি বছৰে Digital Marketingৰ ক্ষেত্ৰখনত ২০লাখতকৈও অধিক চাকৰি ওলাই থাকে।